Hello ~ Poetry
Classics
Words
Blog
F.A.Q.
About
Contact
Guidelines
© 2025 HePo
by
Eliot
Submit your work, meet writers and drop the ads.
Become a member
Ankita
Poems
22h
জীয়ালা
মৰহি যোৱা গছ পুলি জীয়ালা,
পুনৰ জীৱন হৈ কাষত থিয় দিলা।
তুমি অবিহনে মই আধৰুৱা,
তুমালৈ মৰম বোৰ কৈ শেষ কৰিব নোৱাৰা
কাষত থাকিলে তুমি অভিমান জাগে,
চকুৰ আঁতৰ হলে মনে নামানে। তোমাৰ ভাল পোৱা লিখি শেষ কৰিব নোৱৰা,
মনৰ ভাষা কেৱল মনেৰে বুজিব পৰা।
- অংকিতা নাথ
#again#hellopoetry#assamese Any one Assamese here?
Written by
Ankita
18/F/India
(18/F/India)
Follow
😀
😂
😍
😊
😌
🤯
🤓
💪
🤔
😕
😨
🤤
🙁
😢
😭
🤬
0
89
Please
log in
to view and add comments on poems